
Assamese Synonyms
অ
অতি : অত্যন্ত, অতিশয়, অধিক
অগ্নি : জুই, অনল, পাৱক
অমৰাপুৰী : স্বৰ্গ, দেৱলোক
অনুৰাগ : আসক্তি, প্ৰেম
অমৃত : অমিয়,সুধা, পীযুষ
অৰ্থ : ধন, টকা, সম্পদ,
অসুৰ : দৈত্য, দানৱ, দেৱাৰি
অলংকাৰ : আভৰণ
অসুখ: অশান্তি, বেজাৰ, অসন্তোষ
আ
অগ্নি : জুই, অনল, পাৱক
অমৰাপুৰী : স্বৰ্গ, দেৱলোক
অনুৰাগ : আসক্তি, প্ৰেম
অমৃত : অমিয়,সুধা, পীযুষ
অৰ্থ : ধন, টকা, সম্পদ,
অসুৰ : দৈত্য, দানৱ, দেৱাৰি
অলংকাৰ : আভৰণ
অসুখ: অশান্তি, বেজাৰ, অসন্তোষ
আ
আকাশ : অম্বৰ, গগণ
আনন্দ : আমোদ, ৰং, ধেমালি
আহত : আঘাত, কোব, মাৰ
আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন
আৰাও : চিঞৰ, মাত, শব্দ
ই
আনন্দ : আমোদ, ৰং, ধেমালি
আহত : আঘাত, কোব, মাৰ
আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন
আৰাও : চিঞৰ, মাত, শব্দ
ই
ইচ্ছা : আকাংক্ষা, অভিলাষ, কামনা
ঈ
ঈ
ঈশ্বৰ : নাৰায়ণ, ভগৱান, দীননাথ
উ
উ
উজু : সৰল, সহজ
উত্তম : উৎকৃষ্ট, ভাল, পৰম
উভতি : উলটি
ঋ
ঋণ : দেনা, ধাৰ
ক
কথা : বচন, বাক্য, ভাষণ
কপাল : কপোল, ললাট
কম : তাকৰ, নগণ্য
কৰুণ : কাতৰ, ব্যাকুল
কলংক : দাগ
কাপোৰ : বস্ত্ৰ, বসন
কাৰেং : ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা
কিতাপ : পুস্তক, গ্ৰন্থ, পুথি
কিৰণ : জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ
কুশল : মঙ্গল, শুভ, সুখ
কুসুম : পুষ্প, ফুল, কুঞ্জ
কেৰাহি : বেকাঁ দৃষ্টি
কেৰাহী : লোহৰা
কেৰু : কেয়ুৰ, থুৰীয়া
গ
গছ : বৃক্ষ, বিটপী, বিটপ
গধূলি : গধূলা, সন্ধিয়া, সন্ধ্যা,
গাখীৰ : ক্ষীৰ, দধী
গীত : গান, স্বৰ
গৃহস্থ : সংসাৰী, বিবাহিত,পৰিণীত
ঘ
ঘৰ : আবাস, আলয়, গৃহ
ঘাট : নৈ, উপকূল
ঘাঁহ : তৃণ, বন, হাবি
ঘিউ : সৰ্পি, অমৃত, আয়ু, হোম
ঘোঁৰা : অশ্ব, হয়, তুৰঙ্গ, ঘোটক
চ
চকু : লোচন, নয়ন, অক্ষি, নেত্ৰ
চন্দ্ৰ : ইন্দু, জোন, জোনবাই
চৰা : উচ্চ, বৰ্ধিত
চৰাই : পক্ষী, বিহগ, বিহংগ
চাকৰ : দাস, ভৃত্য, বন্দী
চাৰু : উত্তম, সুন্দৰ, মিহি
চিকুণ : মিহি, সুন্দৰ, উত্তম
চিনেমা : চলচিত্ৰ, বোলছবি
জ
জন্ম : উৎপত্তি, জননউদ্ভৱ, অৱিৰ্ভাৱ
জলক : দীপ্তি, চকমকীয়া পোহৰ
জড় : অচেতন, জীৱনহীন
জিভা : জিহ্বা, ৰসনা
জীৱিত : জীয়া, প্ৰাণযুক্ত, প্ৰাণৱন্ত, জীৱন্ত
জুই : অগ্নি, বহ্নি, অনল, হুতাহন, পাৱক
জোন : জোনবাই
ড
ডাঙৰ : বৃহৎ, বৰ, শ্ৰেষ্ঠ
ত
তপ্ত : গৰম, উত্তাপ
তৰংগ : উৰ্মি, ঢৌ, লহৰ
তেজ: ৰক্ত, শোণিত, ৰুধিৰ
ত্যাগ : পৰিহাৰ, বৰ্জন, বিসৰ্জন
দ
দক্ষিণা : বৰঙণি, দান, অৰিহণা
দৰিয়া : সাগৰ, নদী
দাহ : পোৰণি, দহন, শোক
দিন : অহঃ, দিবা, দিৱস
দুখ : বেদনা, বেজাৰ, মনৰ কষ্ট
দেৱতা : সুৰ, অমৰ, দেৱ
ধ
ধন: অৰ্থ, ঐশ্বৰ্য, টকা
ধনী : চহকী, আঢ্যৱন্ত
ধৰা : পৃথিৱী , জগত
ধৱল : বগা, শুক্ল, শ্বেত, ধৱল
ধুনীয়া : সুন্দৰ, শুৱনী, সুশ্ৰী, ধুন-মৰা
ধাম : পবিত্ৰ ঠাই, দেৱতা আৱাস
ন
নাবালক : কম বয়সৰ ল'ৰা, কিশোৰ
নাৰী : অংগনা, অবলা, মহিলা
নিগাজী : বহুদিন ধৰি, চিৰকলীয়া, যুগমীয়া
নিশা : ৰজনী, ৰাতি, নিশি
নিঃশব্দ: নিৰ, নীৰৱ, নিস্তব্ধ, নিমাওমাও
নদী : তটিনী, তৰঙ্গিনী, তৰংগিনী, নৈ
প
পতি : কৰ্তা, দৰা, স্বামী, গৰাকী
পত্নী : ঘৈণী, তিৰোতা, জয়া
পদ : ভৰি, চৰণ, ঠেং, পাদ
পদূলি : চোতাল
পদুম ফুল : উৎপল, কমল,নলিনী, পংকজ
পণ্ডিত : জ্ঞানী, বিদ্বান, প্ৰাজ্ঞ
পৰ্বত : অগ, অচল, অৱনীধৰ, শিখৰী
পহু : মৃগ, কুৰঙ্গ, হৰিণ, শাৰংগ, কুৰংগম
পানী : জল, অপ, বাৰি, প্ৰাণ
পিৰীতি : প্ৰেম, মৰম
পিয়াহ : পিপাসা, পিয়াস, স্তন
পীড়া : ব্যাধি, ৰোগ, কষ্ট, বেদনা, যন্ত্ৰণা
পুথি : পুস্তক, গ্ৰন্থ, কিতাপ
পূৰ্বতে : আদিতে, আগতে
পৃথিৱী : বসুন্ধৰা, বসুধা, ধৰিত্ৰী
প্ৰয়াস : পুৰুষাৰ্থ, চেষ্টা, যন্ত
প্ৰাচীন : পুৰণি, পুৰাতন, বহুদিনীয়া
প্ৰাপ্তবয়স্ক : পূৰ্ণবয়স্ক, সাবালক, প্ৰৌঢ়,মুৰ্তকীয়া, বয়স্ক
প্ৰিয় : মৰমৰ, চেনেহৰ, সাদৰৰ
ব
বন : জংগল, হাবি, অৰণ্য
বতাহ : বায়ু, পৱন, অনিল
বন্ধু : বান্ধৱ, মিত্ৰ, মিতা
বধ : হত্যা, হনন, মাৰণ, নাশ
বাট : পথ, ৰাস্তা, মাৰ্গ, আলিবাট
বাৰি : পানী, জল
বাৰিধি : সাগৰ
বিখ্যাত : প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত
বিটপী : বিৰিখ, গছ
বেছি : সৰহ, অধিক
ভ
ভৰি : পদ, চৰণ, ঠেং
ভাত : সিজোৱা চাউল, অন্ন, আহাৰ
ভৃত : চাকৰ, দাস, লগুৱা, বনকৰা মানুহ
ম
মন্দিৰ : দেৱালয়, দ'ল, মঠ, দেৱাল
মহিমা : প্ৰতাপ, গৌৰৱ
মণ্ডিত : অলংকৃত, বিভূষিত
মাছ : মৎস্য, মীন, কণ্টকী
মাটি : মৃত্তিকা, মৃৎ, ক্ষিতি
মিত্ৰ : বন্ধু, বান্ধৱ, সখি
মুখ : বদন, আনন, আস্য
মৃত্যু : মৰণ, প্ৰলয়, অন্ত
মেঘ : ডাৱৰ, বাদল, জলধৰ ঘন
য
যম : যমৰাজ, কৃত্যন্ত, অন্তক, শমন
যত্ন : চেষ্টা, উদ্যোগ, পৰিশ্ৰম, শুশ্ৰুষা
ৰ
ৰজা : নৰপতি, সম্ৰাট, নৰেশ্বৰ
ৰ'দ : আতাপ, ৰ'দালি, কিৰণ
ৰহম : দয়া
ৰবি : সূৰ্য্য
ৰাগি: খং, ক্ৰোধ, কোপ
ৰাতি : নিশা, ৰজনী, তমসা, নিশি-নিশীথ,
ৰোগ : ব্যাধি, বেমাৰ, নৰীয়া, অসুখ
ল
লাঠী : লাখুটি, টোকোন, টাঙোন
লেখীয়া : নিচিনা, দৰে
শ
শত্ৰু : অৰি, বৈৰী, বৈৰ, অৰাতি, শতৰু
শেষ : অন্ত, অৱসান, বিনাশ
স
সমীৰ : অনিল, বতাহ, বায়ু, পৱন, সমীৰণ
সঞ্চাৰ : তলা; সঁচাৰ
সাউদ : মুদৈ, বেপাৰী, সদাগৰ
সাগৰ : জলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ,
সামৰণি : সমাপণ, অন্ত
সুঘ্ৰাণ : ভাল গোন্ধ, মলমলনি
সুচল : সুবিধা, ভাল উপায়, সহায়, উজু, সহজ
সূৰ্য : ৰবি, বেলি, তপন, দিবাকৰ, অৰুণ
সোণ : হেম, কনক, স্বৰ্গ
স্থান : ঠাই, বাস, বাসস্থান, ঘৰ
স্নিগ্ধ : কোমল, মসৃণ, শীতল, চেঁচা
স্বৰ্গ : স্ব, নাক, ত্ৰিদিব, দ্যো, দিব
স্বৰ্ণ : সোণ, কাঞ্চন, হেম, সুৱৰ্ণ
হ
হৰিষ : হৰ্ষ, হৰষ, আনন্দ
হাট : বজাৰ
হাত : হস্ত, কৰ, ভূজ, পাণি
হাতী : হস্তী, দ্বিপ, গজ, কুঞ্জৰ
হিয়া : হৃদয়, বুকু, অন্তৰ
হৃদয়: বুকু, অন্তৰ, মন
হোজা : সৰল
হ্ৰদ : সৰোবৰ, সৰসী
0 Comments