الصفحة الرئيسية assamese-numberes অসমীয়া সংখ্যা Assamese Numbers with Word - (1-100) -Bzziii
অসমীয়া সংখ্যা Assamese Numbers with Word - (1-100) -Bzziii
Assamese One-Two Count with both English and Assamese word is given below.Here you can get 1-100 Assamese alphabets word for Assamese (Ek,Dui,Tini.Sari,Paas) Numbers along with English Word. English অসমীয়া সংখ্যাঅসমীয়া শব্দ 1 ১ এক 2 ২ দুই 3 ৩ তিনি 4 ৪ চাৰি 5 ৫ পাঁচ 6 ৬ ছয় 7 ৭ সাত 8 ৮ আঠ 9 ৯ ন 10 ১০ দহ 11 ১১ এঘাৰ 12 ১২ বাৰ 13 ১৩ তেৰ 14 ১৪ চৈধ্য 15 ১৫ পোন্ধৰ 16 ১৬ ষোল 17 ১৭ সোতৰ 18 ১৮ ওঠৰ 19 ১৯ ঊনৈশ 20 ২০ বিশ 21 ২১ একৈশ 22 ২২ বাইছ 23 ২৩ তেইছ 24 ২৪ চৌবিশ 25 ২৫ পঁচিশ 26 ২৬ ছাবিশ 27 ২৭ সাতাইছ 28 ২৮ আঠাইছ 29 ২৯ ঊনত্ৰিছ 30 ৩০ ত্ৰিছ 31 ৩১ একত্ৰিশ 32 ৩২ বত্ৰিশ 33 ৩৩ তেত্ৰিশ 34 ৩৪ চৌত্ৰিছ 35 ৩৫ পঁয়ত্ৰিছ 36 ৩৬ ছয়ত্ৰিছ 37 ৩৭ সাতত্ৰিশ 38 ৩৮ আঠত্ৰিশ 39 ৩৯ ঊনচল্লিশ 40 ৪০ চল্লিশ 41 ৪১ একচল্লিশ 42 ৪২ বিয়াল্লিশ 43 ৪৩ তিয়াল্লিশ 44 ৪৪ চৌচাল্লিশ 45 ৪৫ পঞ্চল্লিশ 46 ৪৬ ছয়চল্লিশ 47 ৪৭ সাতচল্লিশ 48 ৪৮ আঠচল্লিশ 49 ৪৯ ঊনপঞ্চাশ 50 ৫০ পঞ্চাচ 51 ৫১ একাৱন 52 ৫২ বাৱন 53 ৫৩ তেৱন 54 ৫৪ চৌৱন 55 ৫৫ পঁচপন 56 ৫৬ ছাপন 57 ৫৭ সাতাৱন 58 ৫৮ আঠাৱন 59 ৫৯ ঊনষাঠি 60 ৬০ ষাঠি 61 ৬১ একষ্ঠি 62 ৬২ বাষষ্ঠি 63 ৬৩ তেষষ্ঠি 64 ৬৪ চৌষষ্ঠি 65 ৬৫ পয়ষষ্ঠি 66 ৬৬ ছয়ষষ্ঠি 67 ৬৭ সাতষষ্ঠি 68 ৬৮ আঠষষ্ঠি 69 ৬৯ ঊনসত্তৰ 70 ৭০ সত্তৰ 71 ৭১ একসত্তৰ 72 ৭২ বাসত্তৰ 73 ৭৩ তেসত্তৰ 74 ৭৪ চৌসত্তৰ 75 ৭৫ পয়সত্তৰ 76 ৭৬ ছয়সত্তৰ 77 ৭৭ সাতসত্তৰ 78 ৭৮ আঠসত্তৰ 79 ৭৯ ঊনাশী 80 ৮০ আশী 81 ৮১ একাশী 82 ৮২ বিৰাশী 83 ৮৩ তিৰাশী 84 ৮৪ চৌৰাশী 85 ৮৫ পঁচাশী 86 ৮৬ ছয়াশী 87 ৮৭ সাতাশী 88 ৮৮ আঠাশী 89 ৮৯ ঊননবৈ 90 ৯০ নবৈ 91 ৯১ একানবৈ 92 ৯২ বিৰানবৈ 93 ৯৩ তিৰানবৈ 94 ৯৪ চৌৰানবৈ 95 ৯৫ পঁচানবৈ 96 ৯৬ ছিয়ানবৈ 97 ৯৭ সাতানবৈ 98 ৯৮ আঠানবৈ 99 ৯৯ নিৰানবৈ 100 ১০০ একশ 1000 ১০০০ এক হাজাৰ 10000 ১০০০০ দহ হাজাৰ 100000 ১০০০০০ লাখ 1000000 ১০০০০০০ এক নিযুত 10000000 ১০০০০০০০ কৌটি
0 تعليقات